SEBA Class 10 Science Question Answer for HSLC Exam 2021
-->

SEBA Class 10 Science Question Answer for HSLC Exam 2021

SEBA Class 10 Science Question Answer for HSLC Exam 2021

(1) তলৰ কোনটো ধাতুৱে ক’পাৰ ছালফেটৰ দ্ৰৱৰ পৰা ক’পাৰ অপসাৰিত কৰিব পাৰে-
Which of the following metals can replace copper from a solution of copper sulphate—
(i) ছিলভাৰ (Silver)  (ii) গ'ল্ড (Gold)
(iii) জিংক (Zinc)      (iv) মাৰকিউৰি (Mercury)
 

(2) অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কি ধৰণৰ ঔষধ ব্যৱহৃত হয়-
Which of the following types of medecine is used for treating of indigestion—
(i)  (Antibiotic)         (ii)  (Analgesic)
(iii) (Antacids)         (iv)  (Antiseptic)
 

(3) পৰ্যাবৃত্ত তালিকাৰ তৃতীয় আৰু চতুৰ্থ পৰ্যায়ৰ মৌলৰ সংখ্যা-
The number of elements in the third and fourth pe-riod of the periodic table are—
(i) 2, 8            (ii) 8,8
(iii)8, 18        (iv) 18, 18
 

(4) স্ব-পোষীয় পৰিপুষ্টিত প্ৰয়োজন হয়-
Autotrophic nutrition required—
(i) পত্ৰহৰিৎ (Chlorophyl)
(ii) কাৰ্বন- ডাই- অক্সাইড অাৰু পানী (Carbon-di-oxide and water)
(iii) সূৰ্যৰ পোহৰ (Sun light)
(iv) ওপৰৰ সকলো (Above all)
 

(5) তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ-
Which of the following is plant hormone-
(i) ইনচুলিন (Insulin) (ii) থাইৰ’ক্সিন (Thyroxine)
(iii) অৱেষ্টৰণ (Oestoron)
(iv) চাইটকাইনিন (Cytokinin)
 

(6) তলৰ কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ-
Which of the following is generally related to evolution-
(i) এজন চীনা স্কুলীয়া (A Chinese student)
(ii) এটা চিম্পাঞ্জী ( A Chimpanzee)
(iii) এটা মকৰা (A Spider)
(iv) এটা বেক্টেৰিয়া (A Bacteria)
 

(7) এটা সৎ, ওলোটা আৰু সমান আকাৰত প্ৰতিবিম্ব গঠন হয়-
A real inverted and equal in size image is formed by-
(i) অবতল দাপোণত (Concave mirrior)
(ii) উত্তল দাপোণত (Convex mirror)
(iii) সমতল দাপোণত (Plane mirror)
(iv) ওপৰৰ এটাও নহয় (None of the above)
 

(8) মানুহৰ চকুৱে লেন্‌ছৰ ফ’কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ’কাছ কৰিব পৰে। ইয়াৰ কাৰণ হ’ল-
Human eye can focus the object of various distance by changing the focal length of lens is due to -
(i) প্ৰেছবায় পিয়া (Presbiopia)
(ii) উপযোজন ক্ষমতা (Power of accomodation)
(iii) নিকট দৃষ্টিপ্ৰস্ততা (Myopia)
(iv) দূৰ দৃষ্টিগ্রত্তত৷ (Hypermtropia)
 

(9) তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে--
Which of the following does not indicate electric power-
(i) FR      (ii) IR²
(iii)VI      (iv) V²/R
(j) তলৰ কোনটো জীৱ ভৰ শক্তিৰ উদাহৰণ নহয়-
 

(10) Which of the following is not an example of biomass energy—
(i) খৰি (Fire wood)
(ii) নিউক্লিয় শক্তি (Nuclear energy)
(iii) গোবৰ গেছ (Gobar gas)
(iv) কয়লা (Coal)

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post