What are the components of the transport system in human beings?

Q: মানুহৰ পৰিবহণ তন্ত্রৰ মুখ্য ভাগ কেইটা কি কি? What are the components of the transport system in human beings?
উত্তৰ: মানুহৰ পৰিবহণ তন্ত্রৰ উপাদানসমূহ আৰু সিহঁতৰ প্ৰত্যেকৰে কাৰ্য তলত উল্লেখ কৰা হ'ল--
(i) হৃদপিণ্ড: ইয়াৰ মুখ্য কাম হ'ল শৰীৰৰ প্রতিটো অংগলৈ তেজ সঞ্চালন ঘটোৱা।
(ii) ৰক্ত: ইয়াৰ মুখ্য কাৰ্য হ’ল বিভিন্ন প্রয়োজনীয় দ্রব্য, যেনে পাচিত খাদ্য,অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্ৰ'জেনজাতীয় ৰেচন পদার্থ, লবণ আদিৰ পৰিবহণ কৰা।
(iii) ৰক্তনলীৰ জালিকা: ধমনীবোৰে হৃদপিণ্ডৰ পৰা শৰীৰৰ আন আন অংগলৈ তেজ কঢ়িয়াই নিয়ে। আনহাতে সিৰাসমূহে শৰীৰৰ বিভিন্ন অংগৰ পৰা তেজ সংগ্ৰহ কৰি তাক হৃদপিণ্ডলৈ ঘূৰাই আনে ৷
(iv) ৰক্তনলীৰ জালিকাখনৰ মেৰামতিৰ বাবে এক বিশেষ তন্ত্ৰ: ৰক্তনলীৰ জালিকাখন কিবা কাৰণত ক্ষতিগ্রস্ত হ'লে, তাৰ মেৰামতিৰ বাবে এক বিশেষ তন্ত্র থাকে। তেজত থকা অনুচক্ৰিকা কোষসমূহে এই মেৰামতিৰ কাৰ্য সম্পন্ন কৰে।

The components of the transport system in human beings are the heart, blood, and blood vessels.
(i) Blood: The blood is the medium for transportation of all kinds of materials like oxygen, carbon dioxide, digested food and waste material from one part of the body to the other.
(ii) Blood Vessels: The intricate network of blood vessels consisting of arteries, veins and capillaries run through the entire body and the transportation of materials like oxygen, carbon dioxide, digested food and waste material from one part of the body to the other takes place through the blood vessels only.
(iii) Heart: The heart pumps the blood through the blood vessels. Deoxygenated blood containing Carbon dioxide reaches the heart from different parts of the body and is pumped to the lungs through veins for releasing carbon dioxide and absorption of oxygen. Oxygen-rich blood reaches the heart from the lungs and is pumped through arteries to the tissues and organs where oxygen is required.
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post