HSLC SEBA English Grammar-Translation Previous Years' Solved Questions (1991-1992)
HSLC : 1991
(১) ব্ৰহ্মপুত্ৰ অসমৰ আটাতকৈ ডাঙৰ নদী।
Ans: The Brahmaputra is the largest river in Assam.
(২) গুৱাহাটী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত।
Ans : Guwahati stands on the bank of the river Brahmaputra.
(৩) এই নদীৰ ওপৰত দুখন দলং আছে।
Ans: There are two bridges over the river.
(8) আমি প্ৰায়েই নদীৰ পাৰত ফুৰিবলৈ যাওঁ ৷
Ans : We often go for a walk along the river bank.
(৫) কালি আবেলি আমি ফুৰিবলৈ গৈছিলোঁ।
Ans : Yesterday afternoon we went for a walk.
(৬) কেইজনমান ল’ৰাই নদীত সাতুৰি আছিল।
Ans: Some boys were swimming in the river.
(৭) ৰমেনৰ দেউতাকে মোক সুধিছিল, “তুমি
সাতুৰিব জানানে ?
Ans: Ramen's father said to me, "Do
you know how to swim?''
(৮) মই ক’লোঁ যে মই সাঁতুৰিব নাজানো।
Ans : I said that I did not know how
to swim.
(৯) এন্ধাৰ হোৱাৰ আগতে মই ঘৰলৈ উভতিলোঁ।
Ans : I had returned home before it
was dark.
(১০) তেতিয়া আমাৰ বৰ ভাগৰ লাগিছিল।
Ans : We were very tired then.
HSLC : 1992
(১) গুৱাহাটী এখন বিখ্যাত চহৰ।
Ans : Guwahati is a famous city.
(২) ই ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত।
Ans : It stands on the bank of the
Brahmaputra.
(৩) গুৱাহাটীত ভালেমান স্কুল আৰু কলেজ আছে।
Ans : There are many schools and colleges in Guwahat.
(৪) গুৱাহাটীৰ প্রাচীন নাম প্রাগজ্যোতিষপুৰ।
Ans: The ancient name of Guwahati was Pragjyotishpur.
(৫) চহৰখন পাহাৰেৰে আবৰা।
Ans: The city is surrounded by hills.
(৬) তুমি কেতিয়াবা গুৱাহাটালৈ গৈছানে ?
Ans : Have you ever been to Guwahati ?
(৭) যোৱা পূজাৰ বন্ধত মই গুৱাহাটীলৈ গৈছিলোঁ।
Ans : I went to Guwahati during the last puja vacation.
(৮) মোৰ মা-দেউতা মোৰ লগত গৈছিল।
Ans: My parents went with me.
(৯) আমি তাত এসপ্তাহ আছিলোঁ ৷
Ans: We stayed there for a week.
(১০) দেউতাই মোক সুধিছিল,“তুমি গুৱাহাটীৰ
কলেজত পঢ়িবলৈ ইচ্ছা কৰানে?”
Ans: Father said to me, "Do you want to study in a college of Guwahati"?