How can you help in reducing the problem of waste disposal? Give any two methods?

Q. পেলনীয়া আৱর্জনাৰ সমস্যা হ্রাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহণ কৰিবা ইয়াৰ যিকোনো দুটা পদ্ধতি লিখা। (How can you help in reducting the problem of waste  disposal? Give any two method.

Ans: আৱর্জনা নিষ্কাশনৰ সমস্যা তলত দিয়া ধৰণে কমাব পৰা যায়-
(ক) আমি দৈনন্দিন জীৱনত জীৱ নিম্নীকৰণ অযোগ্য পদাৰ্থৰ ব্যৱহাৰ কমাই জীৱ নিম্নীকৰণযোগ্য পদাৰ্থৰ ব্যৱহাৰ বেছিকৈ কৰা উচিত।
(খ) কোনো এটা বস্তু ব্যৱহাৰ কৰি পেলাই দিয়াৰ সলনি আমি একেটা বস্তুকে বাবে বাবে ব্যৱহাৰ কৰাৰ অভ্যাস গঠন কৰা উচিত।

We can help in reducing the problem of waste disposal by these methods:
(a) By separating biodegradable substances from non-biodegradable substances.
(b) By reducing, reusing and recycling non-biodegradable substances.
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post