Give the names of two energy sources that you would consider to be exhaustible.Give reasons for your choices.

Q. তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দর্শোৱা। Give the names of two energy sources that you would consider to be exhaustible. Give reasons for your choices.

Ans: কয়লা আৰু পেট্ৰ’লিয়াম। কাৰণ পৃথিৱীৰ গভীৰ স্তৰত মৃত উদ্ভিদৰ অৱশিষ্ট অংশৰ পৰা কয়লা উৎপন্ন হ’বলৈ কেবালাখ বছৰৰ প্ৰয়োজন হয়। তেনেকৈ সামুদ্ৰিক উদ্ভিদ আৰু প্ৰাণীৰ মৃত অৱশিষ্ট অংশৰ পৰা পৃথিৱীৰ গভীৰ স্তৰত
পেট্ৰ’লিয়াম উৎপন্ন হ’বলৈও বহু লাখ বছৰৰ প্রয়োজন হয়৷ সেয়েহে এই ইন্ধনসমূহৰ ভাণ্ডাৰ এবাৰ শেষ হৈ গ’লে ইহঁতক সোনকালে ঘূৰাই পাব নোৱাৰি।

Two exhaustible energy sources are as follows:
(i) Coal: It is produced from dead remains of plants and animals that buried under the earth’s crust for millions of years ago
(ii) Wood: It is obtained from forests. Forests are decreasing at very fast rate due to deforestation. If deforestation is continued at this rate, then there would be no wood left on the Earth.

NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post