-->

Explain Corrosion and Rancidity with example.উদাহৰণৰ সৈতে ক্ষয়ীভৱন আৰু চর্বিৰ দুর্গন্ধতা ব্যাখ্যা কৰা

Q. উদাহৰণৰ সৈতে ক্ষয়ীভৱন আৰু চর্বিৰ দুর্গন্ধতা ব্যাখ্যা কৰা। (Explain corrosion and rancidity with example.) 

Ans: (a) ক্ষয়ীভৱন (Corrosion): লো, তাম, ছিলভাৰ (ৰূপ) আদিৰ দৰে ধাতুবোৰৰ পৃষ্ঠত বায়ুৰ অক্সিজেন আৰু জলীয় ভাপ ধাতুটোৰ সৈতে লগ হৈ ধাতুৰ অক্সাইড, কার্বনেট বা হাইড্র'ক্সাইড আদিৰ উৎপন্ন হয় । লোৰ এই ঘটনাক মামৰে ধৰা বুলি কওঁ, এনেবোৰ ধাতুৰ বস্তুত মামৰে ধৰিলে বস্তুবোৰ ক্ষয় যায়। এই প্রক্ৰিয়াকে ক্ষয়ীভৱন বোলে।

(b) ৰেনচিডিটি (Rancidity): তেল আৰু চৰ্বি জাতীয় খাদ্যবোৰ বায়ুৰ অক্সিজেনৰ সংস্পৰ্শত থাকিলে জাৰিত হয়। তেতিয়া খাদ্যবোৰ মেকা বা টেঙা হয়। ইয়াকে ৰেনছিডিটি বোলে। এনে খাদ্যবোৰ নাইট্র'জেন গেছত ডুৱাই ৰাখিলে
অক্সিজেনৰ পৰা আঁতৰত থাকে। তেতিয়া বহুদিনলৈ ভালে থাকে।

Corrosion: It is the process in which metals are slowly eaten up by the action of air moisture or chemicals. For example rusting is a form of corrosion in which iron is eaten up by the action of air and moisture and a reddish brown coating of iron oxide is formed as shown in the following chemical reaction.

Rancidity: When the substance containing oils and fats are exposed to air they get oxidised and become rancid due to which their smell, taste and colour change. This process is known as rancidity. For example when a when butter is kept open for a long time then its smell and taste gets changed. 

 

More Questions:


Q.What is corrosion explain with example?
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post