-->

Assamese Quiz Questions and Answers 2020

Assamese Quiz Questions and Answers 2020
Assamese Quiz Questions and Answers 2020
1.কোন দেশৰ মানুহ সকলোতকৈ বেছি শিক্ষিত?
Ans: কানাডা।
2. কোন দেশত সোণৰ ATM আছে?
Ans: দুবাই।
3. কোন দেশত Income Tax দিব নালাগে?
Ans: মোনাকো।
4. কোন দেশত এটাও নদী নাই ?
Ans: চৌদি আৰৱ।
5. কোন দেশত গাখীৰ বিক্ৰী কৰা অপৰাধ?
Ans: ফিনলেণ্ড।
6. পৃথিৱীৰ সকলোতকৈ বিষাক্ত সাপ কোনটো ?
Ans: ফেঁটী সাপ (COBRA)।
7. মৌ-মাখিৰ ৰাণীয়ে কেইটা কণী দিয়ে ?
Ans: ৩০ হাজাৰ।
8. কুকুৰৰ খোৱাৰ হোটেল কোন চহৰত আছে ?
Ans: বাৰ্লিন চহৰ।
9. কোন প্ৰাণী কেতিয়াও টোপনি নামাৰে ?
Ans: পৰুৱা।
10. বগা হাতীৰ দেশ কোনখন ?
উত্তৰ : থাইলেণ্ড।
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post