Assamese GK Questions and Answers 2020

 Assamese GK Questions and Answers 2020
Assamese GK Questions and Answers 2020

1. কোন প্ৰাণীৰ চকু নাই ?
Ans: জোক।
2. কোন প্ৰাণীৰ তিনিটা পাকস্থলী আছে ?
Ans: ostrich
3. কোন প্ৰাণীৰ তেজ নীলা ৰঙৰ হয় ?
Ans: অক্টোপাছ (Octopus)।
4. কোন দেশত টেঙা মৌ পোৱা যায় ?
Ans: ব্ৰাজিল।
5. কোন প্ৰাণীৰ ৩২ টা ব্ৰেইন আছে ?
Ans: জোক (Leech)।
6. কোন প্ৰাণীৰ চকু সকলোতকৈ ডাঙৰ ?
Ans: স্কুইড (Squid)।
7. কোন পক্ষীয়ে পোৱালীক গাখীৰ খুৱাই ?
Ans: ডাকবিল,কিউই পক্ষী, উট পক্ষী।
8. কোন পক্ষীৰ কণী পক্ষীতকৈও ডাঙৰ ?
Ans: হাৰ্মিং বাৰ্ড, হোমা পক্ষী, কিউই পক্ষী।
9. কোন প্ৰাণী অমৰ অৰ্থাৎ প্ৰাণীটোৰ মৃত্যু 
নহয় ?
Ans: জেলিফিস (jellyfish)।
10. কোন প্ৰাণীৰ কাণ নাই কিন্তু শব্দ শুনা পায় ?
Ans: সাপ।
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post