-->

While diluting an acid, why is it recommended that acid be added to water and not water to acid?

Q. এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰা হয়, কিন্তু পানী এচিডত যোগ কৰা নহয় কিয়?
(While diluting an acid, why is the acid added to water but not water to the acid?)

Ans: গাঢ় এচিড পনীয়া কৰিলে পানীৰ ওপৰত এচিড লাহে লাহে বাকি দি তাক অবিৰামভাৱে লৰাই থাকিব লাগে।
কিন্ত যদি এচিডত পানী ঢালি তাক পনীয়া কৰিবলৈ থোৱা হয়, তেতিয়া পানী এচিডত পৰাৰ লগে লগে যথেষ্ট তাপৰ উদ্ভৱ হয়। ফলত পানীৰ বাষ্পীভৱন ঘটে আৰু বিষ্ফোৰণৰ সৃষ্টি হয়। পাত্ৰ ফাটি গৈ বিপদ ঘটাব পাৰে। গতিকে গাঢ় এচিডত পানী ঢালি পনীয়া কৰিব নালাগে। 

Dilution of concentrated acid is an exothermic process. If water is added to a concentrated acid, the heat generated may cause the mixture to splash out and cause burns. When the acid is added to water slowly with constant stirring, the mixture will not splash out.
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post