What are some problems caused by non-biodegradable waste that we generate?

Q. State two problems caused by the non-biodegradable waste that generate in our daily life
আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ’ব পাৰে ?
Ans: জীৱ অনিম্নিকৰণ পদাৰ্থবোৰে সৃষ্টি কৰিব পৰা সমস্যাবোৰ হ’ল -
1. এইবোৰৰ প্ৰাকৃতিকভাৱে বিয়োজন ঘটাব পৰা নাযায় আৰু দীৰ্গকালৰ বাবে পৰিবেশত ইয়াৰ অস্তিত্ব বিৰাজ কৰে। ইয়াৰ পৰা ভূষি আৰু জলাশয় দূষিত হয়।
2. প্লাষ্টিকৰ মোনা, পাত্ৰ, বটল আদিৰ দৰে পেলনীয়া সামগ্ৰীবোৰে নলা-নৰ্দমাবোৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।
3. ভূমিৰ মানবৈশিষ্টি অৱনমিত কৰে আক গছ-গছনিৰ বৃদ্ধিত বাধা প্রধান কৰে।
4.এইবোৰে পৰিস্থিতি তন্ত্ৰৰ প্রাকৃতিক ভাৰসাম্যতা ধ্বংস কৰে।

The problems caused by non-biodegradable wastes are:
1.The cause biomagnification.
2.They increase pollution.
3.They make environment unclean.
4.They kill useful microorganisms.
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post