What chemical process is used for obtaining a metal from its oxide?

1.অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়ানিক পদ্ধতি প্ৰয়োগ কৰা হয় ?
(What chemical process is used for obtaining a metal from its oxide?)
উত্তৰ: কাৰ্বন বিজাৰণ আৰু অপসাৰণ বিক্ৰিয়া।

2.ইথানলৰ এটা ধৰ্ম লিখা (Write a property of Ethanol.)
উত্তৰ: ই এবিধ ভাল দ্ৰাৱক।
 
3.মানুহৰ আদিম প্ৰজাতিটোৰ নাম লিখা। (Write the name of human earliest species.)
উত্তৰ: হ’ম’ চেপিয়েনছ।
 
4.মানুহৰ চকুৰ অক্ষিগোলকটোৰ ব্যাস কিমান?(What is the approximate diameter of human eye ball?
উত্তৰ: প্ৰায় 2.3 cm.
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post