Why do acids not show acidic behaviour in the absence of water?

Q.Why do acids not show acidic behaviour in the absence of water?
(পানীৰ অনুপস্থিতিত এচিডে এচিডৰ ধৰ্ম প্ৰদৰ্শন নকৰে কিয়?)
Ans: এচিডে পানীৰ অনুপস্থিতিত হাইড্ৰ'জেন আয়ন (H+) উৎপন্ন কৰিব নোৱাৰে। গতিকে ই এচিডৰ আচৰণ কৰিব নোৱাৰে ।

Acids don't show acidic behaviour in the absence of water because the dissociation of hydrogen ions from an acid occurs in the presence of water only. It is the hydrogen ions that are responsible for the acidic behaviour.

Q.Mention two uses of washing soda. (কাপোৰ ধোৱা ছ'ডাৰ দুটা ব্যৱহাৰ লিখা ৷)
Ans: কাপোৰ ধোৱা ছ'ডাৰ দুটা ব্যৱহাৰ হ ল-
(i) কাগজ, কাঁচ আৰু চাবোন উদ্যোগত।
(ii) কঠিন পানী কোমল কৰিবলৈ ৷
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post