What will you do for sustainable management of natural resource?

Q.What will you do for sustainable management of natural resource? (প্ৰাকৃতিক সম্পদবোৰৰ বহনক্ষণ ব্যৱস্থা কৰিবলৈ তুমি কি কৰিবা ?) 

Ans: প্ৰাকৃতিক সম্পদৰ বহনক্ষম ব্যৱস্থাপনাৰ বাবে মই তলত দিয়া পদক্ষেপসমূহ গ্ৰহণ কৰিম--
(1) সকলো প্রাকৃতিক সম্পদ কম পৰিমাণে ব্যৱহাৰ কৰিম।
(ii) কাগজ, কীচ, ধাতুৰ সামগ্ৰী, গ্লাষ্টিক আদিৰ পুনঃচক্ৰীয়কৰণত গুৰুত্ব দিম।
(iii) একেটা বস্তুকে পুনঃ পুনঃ ব্যৱহাৰ কৰিম।
(iv) পেট্ৰল, ডিজেলৰ দ্বাৰা চালিত যান-বাহনৰ অপ্ৰয়োজনীয় ব্যৱহাৰ ৰোধ কৰিম
(৮) কোঠাত অপ্ৰয়োজনীয়ভাৱে চলি থকা লাইট, ফেন আৰু আন আন বৈদ্যুতিক সঁজুলিসমূহ অফ কৰি ৰাখিম
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post