Wish you all the best in your exam Assam History GK MCQ and Answers for APSC,Assam Police & Forest

Assam History GK MCQ and Answers for APSC,Assam Police & Forest

Assam History GK MCQs and Answer for APSC, Assam Police, Junior Assistant, Forest, TET, PNRD & various Assam Govt Jobs recruitment 2020 

1. আহোমৰ প্ৰথম ৰাজধানী ক‍’ত আছিল?
       (ক) ৰংপুৰত
       (খ) শদিয়াত
       (গ) চৰাইদেউত
       (ঘ) গঁড়গাঁৱত
উত্তৰ : (গ)
2. হস্তী-বিদ্যাৰ্ণৱ পুথিখনৰ লেখক কোন?
       (ক) মণিৰাম দেৱান
       (খ) সূৰ্য কুমাৰ ভূঞা
       (গ) বেণুধৰ শৰ্মা
       (ঘ) সুকুমাৰ বৰকাইথ
উত্তৰ : (ঘ)
3. কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল?
      (ক) বিশ্ব সিংহ
      (খ) শুক্লধ্বজ
      (গ) নৰনাৰায়ণ
      (ঘ) লক্ষ্মীনাৰায়ণ
উত্তৰ : (গ)

4. বৰ্মন বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল?
      (ক) কুমাৰ ভাস্কৰ বৰ্মন
      (খ) পুষ্য বৰ্মন
      (গ) সমুদ্ৰ বৰ্মন
      (ঘ) সুস্হিত বৰ্মন
উত্তৰ : (ক)
5. আহোম – মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল?
      (ক) শৰাইঘাটৰ ৰণ
      (খ) ইটাখুলি ৰণ
      (গ) ঘিলাধাৰী ঘাটৰ ৰণ
      (ঘ) পথৰুঘাটৰ ৰণ
উত্তৰ : (খ)
6. আহোমসকলে কিমান বছৰ অসমত শাসন কৰিছিল?
      (ক) প্ৰায় ৫৫০ বছৰ
      (খ) প্ৰায় ৬০০ বছৰ
      (গ) প্ৰায় ৬২০ বছৰ
      (ঘ) প্ৰায় ৬৩০ বছৰ
উত্তৰ : (খ)

7. কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল?
       (ক) ১৭৫১ চনৰ পৰা
       (খ) ১৭৬৬ চনৰ পৰা
       (গ) ১৭৬৯ চনৰ পৰা
       (ঘ) ১৭৭৯ চনৰ পৰা
উত্তৰ : (গ)
8. মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল?
       (ক) ১৮১৬ চনত
       (খ) ১৮১৭ চনত
       (গ) ১৮২২ চনত
       (ঘ) ১৮২৩ চনত
উত্তৰ : (খ)
9. মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল?
       (ক) ১৯২১ চনৰ আগষ্ট মাহত
       (খ) ১৯২৩ চনৰ আগষ্ট মাহত
       (গ) ১৯২৫ চনৰ জুলাই মাহত
       (ঘ) ১৯২৭ চনৰ জুলাই  মাহত
উত্তৰ : (ক)
10. তলৰ কোনটো ঘটনাই আহোম শাসনৰ অন্ত পেলাইছিল?
       (ক) শৰাইঘাটৰ যুদ্ধ
       (খ) মো্ৱামৰীয়া বিদ্ৰোহ
       (গ) মানৰ আক্ৰমণ
       (ঘ) লতা-কটা ৰণ
উত্তৰ : (গ)
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post