The phenomenon of electromagnetic induction is [বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে]

Q. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে-
The phenomenon of electromagnetic induction is-

(i) বস্তু আহিতকৰণৰ প্ৰক্ৰিয়া- (The Process of charging body)

(ii) কুণ্ডলীত চালিত প্ৰবাহে চুম্বকক্ষেত্ৰ সৃষ্টি কৰা প্ৰক্ৰিয়া-
(The process of generating magnetic field due to a current passing through a coil)

(iii) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া-
(Producing induced Current in a coil due to relative motion between a magnet and-the coil)

(iv) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূৰ্ণনৰ প্ৰক্ৰিয়া-
(The process of relating coil of an.electric motor)

Ans: (iii) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্ৰবাহ সৃষ্টি হোৱাৰ প্ৰক্ৰিয়া (Producing induced Current in a coil due to relative motion between a magnet and-the coil)

Q. বিদ্যুৎ চুম্বকীয় আৱেশ কাক বোলে?
Ans: এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্রবাহ আৰৱিষ্ট কৰা প্রতিক্ৰিয়াটোক বিদ্যুৎ চুম্বকীয় আৱেশ বোলে৷
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post