SEBA HSLC Class 10 Social Science - Assam Board Exam 2020

SEBA HSLC Class 10 Social Science Most Important Questions for Assam Board Exam 2020

1. When was ‘Niti Ayog’ formed? Who is the Chairman of the Niti Ayog?
নীতি আয়োগ কেতিয়া গঠন কৰা হয়? নীতি আয়োগৰ অধ্যক্ষ কোন?

Ans: নীতি আয়োগ ২০১৫ চন ৰ ১ জানুৱাৰী তাৰিখে গঠন কৰা হয়  | নীতি আয়োগৰ অধ্যক্ষজন হ’ল প্ৰধানমন্ত্ৰী |

2.Write full forms of the following words: IMF, UNESCO, WHO
তলৰ শব্দকেইটাৰ সম্পূৰ্ণ ৰূপ লিখা -
IMF UNESCO, WHO

Ans: IMF - আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
UNESCO - ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিক সংগঠন
WHO - বিশ্ব স্বাস্থ্য সংস্থা
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post