Tuesday

জানিব লগীয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসসমূহ - General Knowledge

জানিব লগীয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱস সমূহ
জানিব লগীয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসসমূহ - JobsAssam.in


  • জানুৱাৰী ১ - নৱবৰ্ষ
  • জানুৱাৰী ১০ - বিশ্ব হাঁহিৰ দিৱস
  • জানুৱাৰী ১২ - ৰাষ্ট্ৰীয় যুৱ দিৱস
  • জানুৱাৰী ১৫ - আৰ্মি দিৱস
  • জানুৱাৰী ২৬ - গণতন্ত্ৰ দিৱস। বিশ্ব সাংস্কৃতিক দিৱস।
  • ফেব্ৰুৱাৰী ২৪ - কেন্দ্ৰিয় ৰাজহ দিৱস।
  • ফেব্ৰুৱাৰী ২৮ - ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস।
  • মাৰ্চ ৮- আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস।
  • মাৰ্চ ১৫ - বিশ্ব গ্ৰাহক অধিকাৰ দিৱস।
  • মাৰ্চ ২১ - বিশ্ব অৰণ্য দিৱস।
  • মাৰ্চ ২২ - বিশ্ব পানীয় দিৱস।
  • মাৰ্চ ২৩ - বিশ্ব বতৰ বিজ্ঞান দিৱস।
  • মাৰ্চ ২৪ - বিশ্ব টি.বি. দিৱস।
  • এপ্ৰিল ১- বিশ্ব মুৰ্খ সজোৱা দিন।
  • এপ্ৰিল ৭ - বিশ্ব স্বাস্থ্য দিৱস।
  • এপ্ৰিল ৫ - ৰাষ্ট্ৰীয় সাগৰীয় দিৱস।
  • এপ্ৰিল ২২ - বিশ্ব দিৱস।
  • মে ১- শ্রমিক দিৱস।
  • মে ৩ - বিশ্ব বাতৰি কাকত স্বাধীনতা দিৱস।
  • মে ১১ - ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস।
  • মে ১৫- বিশ্ব পৰিয়াল দিৱস।
  • মে ২৪ - বিশ্ব কমনৱেলথ্‌ দিৱস।
  • মে ৩১ - বিশ্ব ধপাত বিৰোধী দিৱস।
  • জুন ৫- বিশ্ব পৰিৱেশ দিৱস।
  • জুন ৩য় দেওবাৰ - ফাদাৰচ্‌ ডে।
  • জুলাই ১- বিশ্ব কৌতুক দিৱস।
  • জুলাই ১১ - বিশ্ব জনসংখ্যা দিৱস।
  • আগষ্ট ১ - দেওবাৰ বন্ধুত্ব দিন।
  • আগষ্ট ৬ - হিৰোছিমা দিৱস।
  • আগষ্ট ৯ - শান্ত ভাৰত দিৱস, নাগাছিকা দিৱস।
  • আগষ্ট ১৫ - স্বাধীনতা দিৱস।
  • আগষ্ট ২৯ - ৰাষ্ট্ৰীয় ক্ৰিয়া দিৱস।
  • ছেপ্তেম্বৰ ৫ - শিক্ষক দিৱস। সংস্কৃত দিৱস।
  • ছেপ্তেম্বৰ ৮- বিশ্ব শিক্ষিত দিৱস।
  • ছেপ্তেম্বৰ ১৬ - বিশ্ব অজন স্তৰ সুৰক্ষা দিৱস।
  • ছেপ্তেম্বৰ ২৭ - বিশ্ব পয্যতন দিৱস।
  • অক্টোবৰ ৪ - জন্তু কল্যান দিৱস।
  • অক্টোবৰ ১৬ - বিশ্ব খাদ্য দিৱস।
  • অক্টোবৰ ৮ - ভাৰতীয় বায়ুসেনা দিৱস।
  • অক্টোবৰ ১০ - ৰাষ্ট্ৰীয় ডাকসেৱা দিৱস।
  • অক্টোবৰ ৩০ - বিশ্ব চোৰ দিৱস।
  • নৱেম্বৰ ১৪ - শিশু দিৱস।
  • ডিচেম্বৰ ১ - বিশ্ব এইডচ্‌ দিৱস।
  • ডিচেম্বৰ ২- অসম দিৱস।
  • ডিচেম্বৰ ৪ - বিশ্ব -প্ৰতিৱন্ধী দিৱস।
 জানিব লগীয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দিৱসসমূহ - General Knowledge
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post