Monday

Environmental Studies MCQs for Assam TET Exam 2019

Environmental Studies MCQs for Assam TET Exam 2019 : Dear Reader, We are Provided You Environmental studies Most Important MCQs for Assam TET Exam 2019. All visitors are requested to visit our Website JobsAssam.in for FREE Assam TET Preparation Daily Updates.
Environmental Studies MCQs for Assam TET Exam 2019

Click here to Join Our Facebook Group For Daily Job Updates.

 

Buy Assam TET Guide 2019


1. গৰু-ম'হৰ খাদ্য হিচাপে তলৰ কোনবিধ আটাইতকৈ উত্তম?
(a) তুঁহগুৰি
(b) ঘেঁহুৰ বাকলি
(c) শুকান খেৰ
(d) ইউৰিয়া

2. খাদ্য নলীডাল পৰিষ্কাৰকৈ ৰাখিবলৈ আমাক ----- খাদাৰ প্রয়োজন।
(a) শৰ্কৰা জাতীয়
(b) প্ৰ'টিন জাতীয়
(c) স্নেহ পদাৰ্থ জাতীয়
(d) আঁহযুক্ত

3. নিম্নলিখিত কোনবিধ মাটিৰ সংমিশ্ৰণ গছৰ বাবে উত্তম?
(a) আলতীয়া আৰু শিলগুটি
(b) বালিচহীয়া আৰু শিলগুটি
(c) বালিচহীয়া, হিউমাছ আৰু শিলগুটি
(d) বালিচহীয়া, হিউমাছ আৰু আলতীয়া

4. জীৱসমূহৰ সংখ্যা, প্ৰকাৰ আৰু ভিন্নতা বুজাবৰ বাবে বাৱহাৰ হোৱা শব্দ বা শব্দসমষ্টি হৈছে
(a) উদ্ভিদ-বৈচিত্ৰ্য
(b) প্রাণী বৈচিত্ৰ্য
(c) জৈৱ-বৈচিত্ৰ্য
(d) পৰিস্থিতি তন্তু বৈচিত্ৰ্য

5. তলৰ কোনটোক ‘প্রকৃতিৰ বৃক্ক’ বুলি কোৱা হয়?
(a) জলাহভূমি
(b) নদী
(c) তৃণভূমি
(d) মহাসাগৰ

6. তলৰ কোনবিধ জীৱাশ্ম-ইন্ধন নহয়?
(a) কেৰাচিন
(b) ডিজেল
(c) পেট্ৰ’ল
(d) জৈৱ-ডিজেল

7. লৌহ পদাৰ্থৰ পৰিমাণ কমি গ’লে কি হয়?
(a) ৰক্তহীনতা
(b) অন্ধতা
(c) তেজত চেনি
(d) ৰক্তচাপ

8. সোণালী বান্দৰ ---- প্রজাতিৰ জন্তু
(a) নিশ্চিহ্ন
(b) বিপন্ন
(c) জনপ্ৰিয়
(d) গুৰুত্বপূৰ্ণ
Ans:(b) বিপন্ন

9. বহিঃস্থানিক সংৰক্ষণৰ উদাহৰণ হৈছে--
(a) উদ্ভিদ উদ্যান
(b) চিৰিয়াখানা
(c) জিন বেংক 
(d) ওপৰৰ সকলো
Ans:(b) চিৰিয়াখানা

10. ‘'নামদাফা’ হৈছে উত্তৰ পূব ভাৰতৰ এটা - প্রকল্প
(a) হাতী
(b) গঁড়
(c) বাঘ
(d) বান্দৰ
Ans:(a) হাতী

11. ঘৰুৱা আৱৰ্জনাৰ পৰা কেচুসাৰ তৈয়াৰ কৰাত সহায় কৰে
(a) ভাইৰাছ
(b) পতংগই
(c) এবিধ বলয়ী প্রাণীয়ে
(d) বেক্টেৰিয়াই
Ans:(c) এবিধ বলয়ী প্রাণীয়ে

12. পানীৰ বিশুদ্ধতা ৰক্ষাৰ উদ্দেশ্যত থকা আইনখন হৈছে জল (প্রদূষণ নিবাৰণ আৰু নিয়ন্তণ) আইন,
(a) 1970
(b) 1971
(c) 1973
(d) 1974
Ans:(d) 1974

13. ভাৰতৰ পৰিবেশ সম্পৰ্কীয় আইনসমূহৰ ভিতৰত ৩লত উল্লেখ কৰা কোনখন আইন প্রথমে বলৱৎ কৰা হৈছিল?
(a) পৰিৱেশ (সুৰক্ষা) আইন
(b) বনাপ্রাণী (সুৰক্ষা) আইন
(c) বনাঞ্চল (সংৰক্ষণ) আইন
(d) জল (প্রনূষণ নিবাৰক আৰু নিয়ন্তুণ) আইন
Ans:(b) বনাপ্রাণী (সুৰক্ষা) আইন

14. চিপ্‌কো আন্দোলন'ৰ লগত জড়িত তলত উল্লেখ কৰা কোনজন ব্যক্তিক 2009 নৰ পদ্মবিভূষণ বঁটা প্রবান কৰা
হৈছিল?
(a) গৌৰী দেৱী
(b) অমৃতা দেৱী
(c) সুন্দৰলাল বহুগুণা
(d) চণ্ডীপৰিসাদ ভাট
Ans: (c) সুন্দৰলাল বহুগুণা

15. সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহনা যোগায়?
(a) সামাজিক ভুল বুজাবুজি
(b) সামাজিক ঐতিহ্য আৰু পৰিচয়
(c) নৈতিকতাৰ অৱনতি
(d) অর্থনৈতিক উন্নয়নত বাধা
 Ans:(b) সামাজিক ঐতিহ্য আৰু পৰিচয়

Read More Assam TET MCQs

16. বৰ্তমান সময়ত বায়ুমণ্ডলত তলত কোনবিধ গেছৰ অতাধিক উপস্থতিয়ে বায়ু প্ৰৰূষণব, সংকটজ্ঞনক অৱস্থাত
উপনীত কৰাইছে?
(a) অক্সিজেন
(b) নাইট্ৰ’ জৈন
(c) কাৰ্বন-ডাই-অক্সাইড
(d) অজ'ন
Ans: (c) কাৰ্বন-ডাই-অক্সাইড

17. অসমত পৰিৱেশ সম্বন্ধীয় প্ৰধান সমস্যা হৈছে
(a) বানপানী
(b) ভূমিক্ষয়
(c) নিৰ্বনীকৰণ
(d) ওপৰৰ সকলো
 Ans:(d) ওপৰৰ সকলো

18. তলত উল্লেখ কৰা কোনটো কাৰক আমাৰ পৰিৱেশ প্ৰদূষণৰ মুখ্য কাৰক হিসাপে গণ কৰা হয়?
(a) জনসংখ্যাৰ বিস্ফোৰণ
(b) বনাঞ্চল ধ্বংস
(c) ওঁদোগিক বিকাশ
(d) অতিমাত্ৰাত ৰাসায়নিক কীটনাশক বাৱহাৰ
Ans:(b) বনাঞ্চল ধ্বংস

19. সেউজ গৃহ পৰিঘটনাৰ মুখা কাৰক হৈছে
(a) জল প্ৰদুষণ
(b) বায়ু প্রদূযণ
(c) ভূমি প্রদূষণ
(d) পৰিবেশ প্রদূষণ
Ans:(b) বায়ু প্রদূযণ

20. জীৱদেহৰ সকলোবোৰ জৈৱ-ৰাসায়নিক পৰিঘটনাতেই প্রয়োজন হয়
(a) বায়ু
(b) পানী
(c) খানা
(d) উপৰোক্ত সকলো
Ans: (b) পানী

21. বায়ুমণ্ডল কোনটো স্তৰে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা পৃথিৱীৰ জীব জন্তুক ৰক্ষা কৰে?
(a) উপ'স্ফিয়াৰ
(b) ষ্ট্ৰেট’স্ফিয়াৰত
(c) মেছ 'স্ফিয়াৰ
(d) থাৰ্ম'স্ফিয়াৰ বা আয়ন’স্ফিয়াৰ
Ans: (b) ষ্ট্ৰেট’স্ফিয়াৰত

22. প্রদূষিত পানীয়ে বিয়পাব পৰা এটা বেমাৰ হৈছে
(a) ৰক্তহীনতা
(b) টনচিল
(c) টাইফয়ড
Ans: (c) টাইফয়ড

23. নিম্নলিখিত কোনটোৰ জৈৱ-অবনমন নহয়?
(a) কাগজ
(b) হাড়
(c) পৰুৱা
(d) পলিথিন
Ans:(d) পলিথিন

24. মানুহৰ পুষ্টিহীনতা কিহৰ অভাৱত হ'ব পৰে?
(a) খাদ্যপ্ৰাণ
(b) সুষম আহাৰ
(c) প্রটিন
(d) শৰ্কৰা
Ans: (b) সুষম আহাৰ

25. কোন চনত 'পৰিৱেশ (সুৰক্ষা) আইন’ প্রৱৰ্তন কৰা হৈছিল?
(a) 1984
(b) 1986  
(c) 1988
(d) 1981
Ans: (b) 1986

26. পৃথিবীৰ গড় তাপমাত্রা বৃদ্ধিত কার্বন-ডাই-অক্সাইৰ অৱদান-
(a) ৪০%
(b) ৪৯%
(c) ৬০%
(d) ১০০%
Ans.(b)

27. নাইট্র'জেন সাৰৰ ব্যৱহাৰৰ বাবে উৎপন্ন হোৱা সেউজ গৃহ গেছ বিধ
(a) নাইট্রাছ অক্সাইড
(b) মিথেন
(c) কার্বন-ডাই-অক্সাইড
Ans.(a)

28. পৃথিবীৰ উষ্ণতা বৃদ্ধিত সর্বাধিক অৰিহণা  আগবঢ়োৱা দেশখন-
(a) ভাৰত
(b) ৰাছিয়া
(c) চীন
(d) আমেৰিকা
Ans.(d)

29. বিশ্বৰ উষ্ণতা বৃদ্ধিত আমেৰিকাৰ অৱদান-
(a) ১০%
(b) ১৫%
(c) ১৬%
(d) ২১%
Ans.(d)

30. বিশ্বৰ উষ্ণতা বৃদ্ধিত ভাৰতৰ অৱদান-
(a) ১০%
(b) ৫%
(c) ৭%
(b) ১%
Ans.(c)

31. বিশ্বৰ উষ্ণতা বৃদ্ধিত চীনৰ অৱদান
(a) 2%
(b) ৫%
(c) ৭%
(d) ১%
Ans.(c)

32. বিশ্বৰ উষ্ণতা বৃদ্ধিত ইউৰোপৰ অৱদান-
(a) ৫%
(b) ২০%
(c) ১৪%
(d) ৩০%
Ans.(c)

33. জৈৱ সাৰ প্ৰয়োগ কৰি সেউজ গৃহ গেছৰ উৎপাদন
(a) কমাব পাৰি
(b) বঢ়াব পাৰি
Ans.(a)

34. বনানিকৰণে সেউজ গৃহ গেছৰ পৰিমাণ-
(a) বৃদ্ধি কৰে
(b)  হ্ৰাস কৰে 
Ans.(b)

35. সৌৰ শক্তিৰ প্ৰয়োগ কৰি---
(a) সেউজ গৃহ গেছ নিয়ন্ত্ৰণ কৰিব পাৰি
(b) সেউজ গৃহ গেছ নিয়ন্ত্ৰণ কৰিব নোৱাৰি  
Ans.(b)

36. সেউজ গৃহ গেছ বৃদ্ধিয়ে কৃষিৰ উৎপাদন বৃদ্ধিত সহায়-
(a) কৰে
(b) নকৰে
Ans.(b)

37. সেউজ গৃহ গেছৰ বৃদ্ধিয়ে ৰেমাৰ-আজাৰ--
(a) হ্ৰাস কৰে
(b)বৃদ্ধি কৰে
Ans.(b)

38. বছৰি পৃথিৱীৰ পৰা হেৰাই যোৱা জৈৱ প্ৰজাতিৰ সংখ্যা বৈজ্ঞানিক পৰিসংখ্যামতে প্ৰায়-
(a) দহ হেজাৰ
(b) এহেজাৰ
(c) এশ
(d) দহটা
Ans.(a)
                                                                          
                          আগলৈ….

 Read More Child Development and Pedagogy MCQs for Assam TET Exam 2019
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post