Wednesday

Assam TET General Science MCQs for Assam TET Exam 2019

Assam TET General Science MCQs for Assam TET Exam 2019 : Dear Reader, We are Provided You General Science Most Important MCQs for Assam TET Exam 2019. All visitors are requested to visit our Website JobsAssam.in for FREE Assam TET Preparation Daily Updates.
Assam TET General Science MCQs for Assam TET Exam 2019

Assam TET পৰীক্ষাৰ বাবে General Science বিষয়ৰ প্ৰয়োজনীয় প্ৰশ্নোত্তৰ


1.প্রশ্ন: পৃথিৱীৰ খোলাটোত আটাইতকৈ বছি পৰিমাণে পোৱা ধাতুটো হৈছে
(a) আইৰন
(b) aluminium
(c) ক’পাৰ
(d) ছিলভাৰ
উঃ(b)

2.প্রশ্ন: তলত দিয়া তকৈ কম পৰিবাহী ধাতু-
(a) লেড
(b) জিংক
(c) আইৰণ
(d) বিছমাথ
উঃ(a) লেড

3.প্রশ্ন: এটা লৌহ সংকৰ ধাতুৰ উদাহৰণ হৈছে--
(a) সোণ
(b) মেগনেছিয়াম
(c) ব্ৰোঞ্জ
(d) তীখা

4.প্রশ্ন: ভয়ত গাৰ নোম শিয়ৰি উঠে কোন হৰমোনৰ অভাবত ?
উ: এড্রনালিন

5.প্রশ্ন: কোন হৰমনৰ বাবে দাঢ়ি গোফ গজিবলৈ সহায় কৰে ?
উঃ টেস্টোস্টেৰন

6.প্রশ্ন: জীবন ৰক্ষাকাৰী হৰমোন কোনটো ?
উঃ এলডোস্টেৰন

7.প্রশ্ন: ফছফৰাছ বেছি থাকে কোন অঙ্গত ?
উ: অস্থিত।

8.প্রশ্ন:  পোস্টিক নলীৰ কোন অংশত  খাদ্য দ্রব্য আটাইতকৈ বেছি শোষিত হয়?
উ: ক্ষুদ্রান্তত।

9.প্রশ্ন: প্রতি মিনিটত হৃদপিণ্ডৰ স্বাভাবিক গড় স্পন্দন কিমান ?
উঃ ৭২

10.প্রশ্ন: চকু পানী নিঃসৃত হয় কৰ পৰা ?
উ: লেকৰিমাল গ্রন্থিৰ পৰা

11.প্রশ্ন: নার্ভৰ মাধ্যমত প্রবাহিত আবেগ গতি প্রতি ছেকেণ্ডত কিমান মিটাৰ ?
উ: ১২৫ মিটাৰ

12.প্রশ্ন: এজন সুস্থ মানুহৰ এটি হৃদ কম্পন সম্পূর্ণ হবলৈ কিমান সময় লাগে ?
উঃ ০.৪ ছেকেণ্ড।
13.প্রশ্ন: শৰীৰৰ পৰা  বর্জ পদার্থ ইউৰিয়া  উলিয়াই দিয়ে কোন অঙ্গ ?
উঃ কিডনি

14.প্রশ্ন: মুত্র প্রস্তুত ক'ত হয় ?
উ: কিডনীত

15.প্রশ্ন: থাইৰয়ড গ্রন্থিৰ পৰা নিঃসৃত ৰসৰ নাম কি ?
উ: থাইৰক্সিন

16.প্রশ্ন: চকুৰ আটাইতকৈ সংবেদনশীল অংশৰ নাম কি ?
উ: ৰেটিনা।

17.প্রশ্ন: বহিঃকর্ণ আৰু  মধ্যকর্ণৰ সংযোকস্থলৰ নাম কি ?
উ: টিস্প্যানিক পর্দা

18.প্রশ্ন: জীৱ দেহৰ ওজনৰ প্রায় ২৪ ভাগ কোন পদার্থ ?
উ: কার্বন

19.প্রশ্ন: যকৃত বা পেশী কোষত অতিৰিক্ত গ্লুকোজ জমা থাকে কোন ৰূপত ?
উ: গ্লাইকোজেন ৰূপত।

20.প্রশ্ন: কোন হৰমোনৰ অভাবত স্নায়ু আৰু পেশীৰ অস্থিৰতা বৃদ্ধি হয়?
উ: পেৰাথহৰমন

21.প্রশ্ন: কোমল ধাতুটো হৈছে
(a) আইৰন
(b) এলুসিনিয়াম
(c) ক’পাৰ
(d) Sodium
উঃ(d) Sodium


NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post