-->

Child Development and Pedagogy MCQs for Assam TET Exam 2019

Child Development and Pedagogy MCQs for Assam TET Exam 2019 : Dear Reader, We are Provided You Child Development and Pedagogy Most Important MCQs for Assam TET Exam 2019. All visitors are requested to visit our Website JobsAssam.in for AssamCarrer latest FREE job updates.
Child Development and Pedagogy MCQs for Assam TET Exam 2019
Child Development & Pedagogy MCQs for Assam TET Exam 2019
1. কিশোৰকালত কোনটো কাৰকে আৱেগিকভাৱে চঞ্চল কৰি তোলে
(a) ভালপোৱা
(b) ঈৰ্ষা
(c) লাজ
(d) ওপৰৰ আটাইবোৰ
Ans.(d)

2. শিক্ষণৰ বাবে উৎকৃষ্ট পদ্ধতি কোনটো ?
(a) আলোচনা পদ্ধতি
(b) প্ৰকল্প পদ্ধতি
(c) প্ৰদৰ্শনমূলক পদ্ধতি
(d) বক্তৃতা পদ্ধতি
Ans.(b)

3.তলৰ কোনটো মূল্যবোধৰ শিক্ষাত নপৰে
(a) পৰোপকাৰ
(b) নম্ৰতা
(d) দীনতা
Ans.(d)

4. ‘Psychology’ শব্দৰ উৎস হল
(a) Psyche আৰু Logos
(b) Psycho আৰু Logy
(c) Soul আৰু Psyche
(d) ওপৰৰ কোনোটোৱে নহয়

5.‘adolescence" শব্দটোৰ উৎস হ'ল"
(a)গ্ৰীক ভাষা
(b) তামিল ভাষা
(c) যৌন চেতনা

6. আবেগৰ ক্ষেত্ৰত বিচাৰবুদ্ধিয়ে থিতাপি ল'ব নোৱাৰে —
(a) সত্য
(c) আংশিক অসত্য
(d) অসত্য
(e) আংশিক সত্য
Ans.(a)

7. আৱেগ হ’ল ব্যক্তিৰ উত্তেজিত বা সঞ্চালিত হোৱা অৱস্থা’ কথাষাৰ কৈছিল--
(a) গেইট্‌ছে
(b) ৰুছোৱে
(c) উডৱৰ্থে
(d) মেকডুগালে
Ans.(c)

8. ভাববৃত্তিক প্ৰধানকৈ কেইটাভাগত ভাগ কৰিব পাৰি--
(a) দুটা ভাগত
(b) তিনিটা ভাগত
(c) চাৰিটা ভাগত
(d) পাঁচটা ভাগত

9."Emotion" শব্দটো লেটিন ভাষাৰ কোনটো শব্দৰ পৰা অহা
(a) Currier
(b) Skhole
(c) Emovere
(d) Memory
Ans.(c)

10.Emovere শব্দটোৰ অৰ্থ হ'ল
(a) উত্তেজিত হোৱা বা জাঙুৰ খোৱা
(d) গভীৰ অৱস্থা
(a) সক্ৰিয়তাৰ সৃষ্টি
Ans.(a)

11. টিনএজাৰছ(Teenagers) মানে—
(a) ১২-১৯ বছৰ
(b) ১৩-১৯ বছৰ
(c) ২০-২৫ ব্হৰ
(d) ৬-১৮ বছৰ

12.তলৰ কোনটো মানসিক স্বাস্থ্য বিজ্ঞানৰ মূল লক্ষ্য নহয়-
(a) সংৰক্ষণমূলক
(b) প্রতিৰোধমূলক
(c) প্ৰতিকাৰমূলক
(d) অনুকম্পামূলক
Ans.(d)

13.তলৰ কোনটো মানসিকভাৱে স্বাস্থ্যৱান লোকৰ লক্ষণ
(a) পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা অনুভৱ
(b) পৰ্যাপ্ত পৰিমাণৰ আত্ম মূল্যাকন
(c) পৰ্যাপ্ত পৰিমাণৰ স্বতঃস্ফূৰ্তি আৰু ভাৱ প্রৱণতা
(d) এই আটাইবোৰ 
Ans.(d)

14.তলৰ কোনটো শ্ৰেণীকোঠৰ শিক্ষণ সঁজুলি নহয়
(৪) ইণ্টাৰনেট 
(b) টেলিভিছন
(c) মেপ 
(d) গোলক
Ans.(a)

15.শিক্ষা গ্রহণ কাৰ্য তলৰ কোনটো পদ্ধতিৰে সম্ভৱ
(a) অন্তর্দৃষ্টি পদ্ধতি
(b) অনুবন্ধন পদ্ধতি
(c) অনুকৰণ পদ্ধতি
(d) আটাইকেইটা শুদ্ধ
Ans: (d)

16.তলৰ কোনটো শিক্ষা গ্রহণ প্রত্ৰিয়াৰ প্রধান সূত্ৰ নহয়?
(a) ফলাফলৰ সূত্ৰ
(b) প্ৰস্তুতিৰ সূত্ৰ
(c) অনুশীলনৰ সূত্র
(d) ফটোষ্টেট
Ans: (d)

17.তলৰ কোনটো শিক্ষাৰ্থীৰ ব্যক্তিগত অৱস্থা
(a) বৌদ্ধিক ক্ষমতা
(b) বিদ্যালয়লৈ দূৰত্ব
(c) কৰ্ম অভিজ্ঞতা
Ans: (a)

18.তলৰ কোনটো শিক্ষাগ্ৰহণৰ পাৰিপাৰ্শ্বিক অৰস্থা নহয়?
(a) উপযুক্ত বিদ্যালয়ৰ পৰিৱেশ
(b) আকৰ্ষণীয় পাগ্যক্ৰম
(c) শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ আন্তঃক্ৰিয়া
(d) জীৱনৰ লক্ষ্য
Ans: (d)

19. শিক্ষক-শিক্ষয়িত্তীয়ে কৈশোৰ কালৰ মনোবিজ্ঞান কিয় জানিব লাগে
(a) কৈশোৰ কালৰ বিভিন্ন বিকাশৰ দিশসমূহ জানিবৰ বাবে
(b) কৈশোৰৰ বিভিন্ন সমস্যাসমূহ জানিবৰ বাবে
(c) কিশোৰ-কিশোৰীক উপযুক্ত শিক্ষা-নিৰ্দেশনা দিবৰ
(d) এই আটাইবোৰ
Ans. (d)

20.তলৰ কোনটো বিদ্যালয়ৰ নিৰ্দেশনা সেৱাৰ ভিতৰত নপৰে--
(a) শিক্ষা নিৰ্দেশনা 
(b) বৃত্তিগত নিৰ্দেশনা
(c) পৰামৰ্শদান
(d) ছাত্ৰ-ছাত্ৰীক শাস্তি প্রদান
Ans. (d)

21.মই তেনে এজন শিক্ষককে স্বীকৃতি দিও-
(a) যি ছাত্ৰ-ছাত্ৰীক কঠোৰভাৱে নিয়ন্তুণ কৰে
(b) ছাত্ৰ-ছাত্ৰীৰ সমস্যা সম্পৰ্কে অৱগত হয়
(c) ছাত্ৰ-ছাত্ৰীৰ সৈতে বন্ধুত্ব বজাই ৰাখে
(d) এক সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী হয়

22. শ্ৰেণীকোঠাত শিক্ষণৰ বাৰে কি প্রয়োজন?
(a) উপযুক্ত শৈক্ষিক পৰিৱেশ
(b) ছাত্ৰ-ছাত্ৰীৰ অনুসন্ধিৎসা
(c) অভিজ্ঞ শিক্ষক
(d) ওপৰৰ আটাইকেইটা

23."বিশেষ শিক্ষা" তলৰ কোনটোৰ লগত জড়িত?
(a) প্ৰাপ্তবয়স্ক শিক্ষাৰ লগত
(b) প্ৰতিভাশালী শিশুৰ শিক্ষাৰ লগত
(c) ব্যতিক্ৰমী শিশুৰ শিক্ষাৰ লগত
(d) শিক্ষক প্ৰশিক্ষণৰ লগত

24. প্রকল্প পদ্ধতিটো আগবঢ়াইছিল
(a) ৰুচ'ৱে
(b) কিলপেট্ৰিকে
(c) প্লেট'ৱে
(d) হাৰবাৰ্টে

25.শিশুকেন্দ্ৰিক শিক্ষাদান হ'ল এনে এক পদ্ধতি য’ত
(a) ছাত্ৰ-ছাত্ৰীসকল সকলো সময়তে সক্ৰিয় সৃষ্টিশীল
(b) পুথিগত বিদ্যাত বেছি গুৰুত্ব দিয়া হয়
(c) শিক্ষণ প্রক্ৰিয়াৰ মূল ব্যক্তি হৈছে শিক্ষক
(d) ছাত্ৰ-ছাত্ৰীসকল নিষ্ক্ৰিয় শ্ৰোতা

26.শ্ৰেণীকোঠাৰ শিক্ষণ ফলপ্রসু কৰিবলৈ তলৰ কোনটো আটাইতকৈ প্রয়োজনীয়
(a) পাঠ পৰিকল্পনা প্ৰস্তুতকৰণ
(b) শিক্ষকৰ ব্যক্তিত্ব
(c) উপযুক্ত শিক্ষণ প্রণালীৰ প্রয়োগ
(d) ছাত্ৰ-ছাত্ৰীসকল অধ্যয়ন  সামগ্ৰী যোগান

27.শিক্ষণতত্ত্ব্বত প্রাকৃতিক প্ৰতিক্ৰিয়াৰ জনা যায়-
(a) অনুবদ্ধিত উদ্দীপক
(b) অনুবদ্ধিত প্ৰতিক্ৰিয়া
(c) অনুবন্ধনহীন উদ্দীপক
(d) অনুবন্ধনহীন প্রতিক্রিয়া

28.আইভান পেভলভে অনুবন্ধনৰ কোনটো তত্ত্ব আগবঢ়াইছিল?
(a) পৰম্পৰাগত বা মৌলিক অনুবন্ধন তত্ত্ব
(b) ব্যবহাৰিক বা কাৰ্যাত্মক অনুবন্ধন তত্ত্ব
(c) অনুবন্ধন তত্ত্ব
(d) ওপৰৰ এটাও নহয়

For More Child Development and Pedagogy MCQs for Assam TET
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post
NEXT ARTICLE Next Post
PREVIOUS ARTICLE Previous Post